যিবোৰ শব্দই natural language processing ত সহায় নকৰে, তেনেকুৱা শব্দৰ এখন তালিকা তলত দিয়া হল। যিসকলে Information Extraction, Text Summarization, Search Engine Optimization আদি ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ বাবে তালিকা খন সহায়ক হব বুলি অাশা কৰিলো। Stop word ৰ বিষয়ে অধিক জানিবৰ বাবে - http://en.wikipedia.org/wiki/Stop_words অতএব অথচ অথবা অধঃ অন্ততঃ অৰ্থাৎ অৰ্থে আও আঃ আচ্ছা আপাততঃ আয়ৈ আৰু আস্ আহা আহাহা ইতস্ততঃ ইতি ইত্যাদি ইস্ ইহ উঃ উৱা উস্ এতেকে এথোন ঐ ওঁ ওৰফে ঔচ্ কি কিম্বা কিন্তু কিয়নো কেলেই কাচিত্ চোন ছাৰি ছিকৌ ছেই ঠাহ্ ঢুত্ ঢেঁট্ তত ততক ততেক তেতেক ততেক তত্ৰাচ তথা তথৈবচ তাতে তেও তো তৌৱা দেই দেহি দ্বাৰা ধৰি ধিক্ নচেত্ নতুবা নি নো নৌ পৰা পৰ্যন্ত পশ্চাত্ বৰঞ্চ বহিঃ বাবে বাৰু বাহ্ বাহিৰে বিনে বে মতে যথা যদি যদ্যপি যে যেনিবা যেনে যোগে লৈ সত্ত্বে সমন্ধি সম্প্ৰতি সহ সু সেইদেখি সৈতে স্বতঃ হঞে হতুৱা হন্তে হবলা হয় হা হুঁ হুই হে হেই হেঃ হেতুকে হেনে হেনো হেৰ হেৰি হৈ হোঁ ইঃ...
Comments
Post a Comment