Skip to main content

Posts

Showing posts from March, 2010

বহাগৰ আয়োজন

" হালধীয়া ফুলেৰে ভৰা পখটো সেওঁটা ফালিছে সোণাৰুৱে.... ইটো পথৰ পথিক মই ভাবিছো সিটোৰ হালধীয়া সোণাৰুৰ কথা......" "মদাৰৰে ফুল হেনো কামে কাজে নেলাগে...লাগে পিছে আকাশত ৰং সানিবলে...."