Skip to main content

বহাগৰ আয়োজন


" হালধীয়া ফুলেৰে ভৰা পখটো
সেওঁটা ফালিছে সোণাৰুৱে....
ইটো পথৰ পথিক মই
ভাবিছো সিটোৰ হালধীয়া সোণাৰুৰ কথা......"


"মদাৰৰে ফুল হেনো কামে কাজে নেলাগে...লাগে পিছে আকাশত ৰং সানিবলে...."

Comments