Skip to main content

Most frequent Assamese word

অসমীয়া ভাষাত আটাইতকৈ বেছি ব্যৱহৃত শব্দটো কি ??

প্ৰায় ২০৫১৪৩টা অসমীয়া বাক্যক (২.৬ মিলিয়ন শব্দ) লৈ চলোৱা এটা পৰীক্ষাৰ পৰা পোৱা তথ্য অনুসৰি অসমীয়া ভাষাত আটাইতকৈ বেছি ব্যৱহৃত শব্দটো হৈছে "আৰু" (৪৬৫৭৭বাৰ)৷ প্ৰথম একুৰি স্থানপ্ৰাপ্ত শব্দৰ ভিতৰত আছে-
১) আৰু (৪৬৫৭৭ বাৰ)
২) এই (২২৮০৯ বাৰ)
৩) কৰি (১৫৯১৬ বাৰ)
৪) হয় (১৩৬৩৪ বাৰ)
৫) পৰা (১৩৬২৩ বাৰ)
৬) কৰা (১২৯২৬ বাৰ)
৭) এটা (১২৮২৪ বাৰ)
৮) হৈ (১২৪৬৩ বাৰ)
৯) সেই (১০৪৮৬ বাৰ)
১০) কথা (১০১৬৫ বাৰ)
১১) কিন্তু (৯৮০৪ বাৰ)
১২) আছে (৯৬৮৭ বাৰ)
১৩) তাৰ (৯৫৩৩ বাৰ)
১৪) নাই (৯৪৭৬ বাৰ)
১৫) বুলি ( ৯১৯১ বাৰ)
১৬) মই (৯১১৬ বাৰ)
১৭) হ'ল ( ৯০৫৪ বাৰ)
১৮) বা (৮৭৭১ বাৰ)
১৯) যে ( ৮৪৯৫ বাৰ)
২০) কৰিব ( ৮৪৮৮ বাৰ)

বিঃদ্ৰঃ পৰীক্ষাৰ বাবে লোৱা বাক্যসমুহত কবিতাৰ বাহিৰে বাকী সকলো ধৰণৰ বিষয় (সমালোচনা, উপন্যাস, গল্প, ধৰ্মীয়, বাতৰি, নাটক) অন্তৰ্ভুক্ত কৰা হৈছে৷

Comments

Popular posts from this blog

Assamse Loan words : অসমীয়া ধাৰ কৰা শব্দ

Loanwords are words adopted by the speakers of one language ( target language ) from a different language (the source language ). A loanword can also be called a borrowing words . It is a consequence of sociocultural contact between two language communities. Borrowing of words can go in both directions between the two languages in contact, but often there is an asymmetry, such that more words go from one side to the other. In this case the source language community has some advantage of power, prestige and/or wealth that makes the objects and ideas it brings desirable and useful to the borrowing language community. The following are some example of Assamese loan words and source language. TRANSLATED LOAN WORD বাতৰি কাকত bat ɔri kakɔt (news paper) স্বৰ্ণ যুগ sɔbərnɔ zug (golden era) ৰূপালী জয়ন্তী rupali zɔjənti (silver jubilee) কন্দুৱা গেছ kɔndua ges (tear gas) দূৰদৰ্শন durdɔrχɔn (television) MARATHI WORDS তাঙৰণ taŋɔrɔn (edition) বৰঙণি bɔr...

Assamese Stop-word list

যিবোৰ শব্দই natural language processing ত সহায় নকৰে, তেনেকুৱা শব্দৰ এখন তালিকা তলত দিয়া হল। যিসকলে Information Extraction, Text Summarization, Search Engine Optimization আদি ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ বাবে তালিকা খন সহায়ক হব বুলি অাশা কৰিলো। Stop word ৰ বিষয়ে অধিক জানিবৰ বাবে - http://en.wikipedia.org/wiki/Stop_words অতএব অথচ অথবা অধঃ অন্ততঃ অৰ্থাৎ অৰ্থে আও আঃ আচ্ছা আপাততঃ আয়ৈ আৰু আস্‌ আহা আহাহা ইতস্ততঃ ইতি ইত্যাদি ইস্ ইহ উঃ উৱা উস্‌ এতেকে এথোন ঐ ওঁ ওৰফে ঔচ্‌ কি কিম্বা কিন্তু কিয়নো কেলেই কাচিত্‍ চোন ছাৰি ছিকৌ ছেই ঠাহ্ ঢুত্‍ ঢেঁট্‌ তত ততক ততেক তেতেক ততেক তত্ৰাচ তথা তথৈবচ তাতে তেও তো তৌৱা দেই দেহি দ্বাৰা ধৰি ধিক্ নচেত্‍ নতুবা নি নো নৌ পৰা পৰ্যন্ত পশ্চাত্‍ বৰঞ্চ বহিঃ বাবে বাৰু বাহ্‌ বাহিৰে বিনে বে মতে যথা যদি যদ্যপি যে যেনিবা যেনে যোগে লৈ সত্ত্বে সমন্ধি সম্প্ৰতি সহ সু সেইদেখি সৈতে স্বতঃ হঞে হতুৱা হন্তে হবলা হয় হা হুঁ হুই হে হেই হেঃ হেতুকে হেনে হেনো হেৰ হেৰি হৈ হোঁ ইঃ...

অসমীয়া সমন্ধবাচক শব্দৰ তালিকা

আইচুদেউ আইতা আইদেউ আই আপাদেউ আমৈ এনাইদেউ ককাইদেউ ককা খুলশালী খুৰাদেউ খুৰীদেউ ঘৈণী জা জীয়ৰী জী জেঠাইদেউ জেঠা জেঠুদেউ জেঠু জেঠেৰী জে - শাহু জোঁৱাই তাৱৈ দদাইদেউ দাদা দেউতা দেওৰ ননদ নবৌ নাতিনী নাতি নিচাদেউ পিতাদেউ পিতৃ পুঠাদেউ পেহাদেউ পেহীদেউ পৈ পতি পত্নী বন্ধু বাইচাদেউ বাইদেউ বান্ধৱী বিয়নী বিয়ৈ বৈনাই বোপাই বোৱাৰী বৌদেউ ভগিনী ভগ্নী ভতিজা ভনী ভাই ভাই - পো ভাই - বোৱাৰী ভাই - শহুৰ ভাগিনী ভাগিন ভাগী মহাদেউ মহা মাতৃ মামা মামীদেউ মামী মাহীদেউ মাহীমা মা মিতিনী মোমাইদেউ শহুৰ শালপতি শাহু সখা সখীয়নী সখী সতিনী স্বামী