Skip to main content

Assamese Stop-word list

যিবোৰ শব্দই natural language processing ত সহায় নকৰে, তেনেকুৱা শব্দৰ এখন তালিকা তলত দিয়া হল। যিসকলে Information Extraction, Text Summarization, Search Engine Optimization আদি ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ বাবে তালিকা খন সহায়ক হব বুলি অাশা কৰিলো। Stop word ৰ বিষয়ে অধিক জানিবৰ বাবে - http://en.wikipedia.org/wiki/Stop_words

অতএব
অথচ
অথবা
অধঃ
অন্ততঃ
অৰ্থাৎ
অৰ্থে
আও
আঃ
আচ্ছা
আপাততঃ
আয়ৈ
আৰু
আস্‌
আহা
আহাহা
ইতস্ততঃ
ইতি
ইত্যাদি
ইস্
ইহ
উঃ
উৱা
উস্‌
এতেকে
এথোন

ওঁ
ওৰফে
ঔচ্‌
কি
কিম্বা
কিন্তু
কিয়নো
কেলেই
কাচিত্‍
চোন
ছাৰি
ছিকৌ
ছেই
ঠাহ্
ঢুত্‍
ঢেঁট্‌
তত
ততক
ততেক
তেতেক
ততেক
তত্ৰাচ
তথা
তথৈবচ
তাতে
তেও
তো
তৌৱা
দেই
দেহি
দ্বাৰা
ধৰি
ধিক্
নচেত্‍
নতুবা
নি
নো
নৌ
পৰা
পৰ্যন্ত
পশ্চাত্‍
বৰঞ্চ
বহিঃ
বাবে
বাৰু
বাহ্‌
বাহিৰে
বিনে
বে
মতে
যথা
যদি
যদ্যপি
যে
যেনিবা
যেনে
যোগে
লৈ
সত্ত্বে
সমন্ধি
সম্প্ৰতি
সহ
সু
সেইদেখি
সৈতে
স্বতঃ
হঞে
হতুৱা
হন্তে
হবলা
হয়
হা
হুঁ
হুই
হে
হেই
হেঃ
হেতুকে
হেনে
হেনো
হেৰ
হেৰি
হৈ
হোঁ
ইঃ
ইচ্
চুহ্
চুঃ
আঁ

Comments

  1. Dada moi English to Assamese Machine translation r uporot kaam kari aasilu. Dada moi parallel corpora tu keneke kot pam aaru kenekoi start koru olop idea dibo niki...???

    ReplyDelete
  2. তেও word needs chandrabindu right?

    ReplyDelete

Post a Comment

Popular posts from this blog

Assamse Loan words : অসমীয়া ধাৰ কৰা শব্দ

Loanwords are words adopted by the speakers of one language ( target language ) from a different language (the source language ). A loanword can also be called a borrowing words . It is a consequence of sociocultural contact between two language communities. Borrowing of words can go in both directions between the two languages in contact, but often there is an asymmetry, such that more words go from one side to the other. In this case the source language community has some advantage of power, prestige and/or wealth that makes the objects and ideas it brings desirable and useful to the borrowing language community. The following are some example of Assamese loan words and source language. TRANSLATED LOAN WORD বাতৰি কাকত bat ɔri kakɔt (news paper) স্বৰ্ণ যুগ sɔbərnɔ zug (golden era) ৰূপালী জয়ন্তী rupali zɔjənti (silver jubilee) কন্দুৱা গেছ kɔndua ges (tear gas) দূৰদৰ্শন durdɔrχɔn (television) MARATHI WORDS তাঙৰণ taŋɔrɔn (edition) বৰঙণি bɔr...

অসমীয়া সমন্ধবাচক শব্দৰ তালিকা

আইচুদেউ আইতা আইদেউ আই আপাদেউ আমৈ এনাইদেউ ককাইদেউ ককা খুলশালী খুৰাদেউ খুৰীদেউ ঘৈণী জা জীয়ৰী জী জেঠাইদেউ জেঠা জেঠুদেউ জেঠু জেঠেৰী জে - শাহু জোঁৱাই তাৱৈ দদাইদেউ দাদা দেউতা দেওৰ ননদ নবৌ নাতিনী নাতি নিচাদেউ পিতাদেউ পিতৃ পুঠাদেউ পেহাদেউ পেহীদেউ পৈ পতি পত্নী বন্ধু বাইচাদেউ বাইদেউ বান্ধৱী বিয়নী বিয়ৈ বৈনাই বোপাই বোৱাৰী বৌদেউ ভগিনী ভগ্নী ভতিজা ভনী ভাই ভাই - পো ভাই - বোৱাৰী ভাই - শহুৰ ভাগিনী ভাগিন ভাগী মহাদেউ মহা মাতৃ মামা মামীদেউ মামী মাহীদেউ মাহীমা মা মিতিনী মোমাইদেউ শহুৰ শালপতি শাহু সখা সখীয়নী সখী সতিনী স্বামী

মিত্ৰাক্ষৰ ছন্দৰ কবিতা

বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ। বৈ আছে অহৰহ     কুলুকুলু সুৰ।। হৰিনাম ৰসে        আলোকময় প্ৰকাশে। গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।। তোৰ লহৰত        সোন ফুলে পথাৰত। অসমীয়ে ৰচে        সপোন সুখৰ।। ক’ত কাহিনী        সমিল-মিলৰ। বিজড়িত তোৰ         বিশাল বুকুত।। সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি। অনন্ত কালৰ         সজল চকুত।।  *************** তোৰ লহৰত             অসমৰ চহৰত         নিনাদিত হয় ঐক্যতান। জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি         গায় সমন্বয়ৰ...