Skip to main content

How to write Unicode Assamese (Indian language) text using Latex

TeX হৈছে টাইপছেটিং ছফ্টৱেৰ। ডোনাল্ড নুথে কম্পিউটাৰ বিজ্ঞানৰ চাৰিখন কালজয়ী কিতাপ(দ্যা আৰ্ট অৱ কম্পিউটাৰ প্ৰগ্ৰেমিং, খণ্ড ১,২,৩,৪) লিখিবৰ বাবে এই কম্পিউটাৰ টাইপছেটিং ছফ্টৱেৰটো সাজি উলিয়াইছিল ১৯৭৮চনত। TeX শব্দটো তেওঁলোকে উচ্ছাৰণ কৰে 'টেক' হিচাবে (Techical শব্দটো উচ্ছাৰণ কৰা ধৰণে)। Metafont আৰু Typefaceৰ সহায় লৈ তৈয়াৰ কৰা এই ছফ্টৱেৰটোৰ প্ৰধান উদ্দেশ্য আছিল কম কষ্টত ধুনীয়া কিতাপ লিখা। TeXৰ উত্তৰসূৰী হিচাবে LaTeX, XeTeX, TeTeX, LuaTex ইত্যাদি বহুতো ছফ্টৱেৰ তৈয়াৰ হয়। এই আটাইবোৰ TeXৰ উত্তৰসূৰী বা TeX কৰমুক্ত ছফ্টৱেৰ। এই প্ৰৱন্ধটোত Xetex ব্যৱহাৰ কৰি কেনেকৈ লিখিব পাৰি, তাৰ উদাহৰণ দিয়া হব। (আপুনি Latex ব্যৱহাৰকাৰী বুলি ধৰি লোৱা হব )

XeTeX ব্যৱহাৰ কৰিবৰ বাবে কি কি Package লাগিব? 

(Linux ব্যৱহাৰকাৰীৰ বাবে)
  • TeX সম্পাদনা কৰিব পৰা সজুলি, যেনে - LyX  (ঐচ্ছিক)। একো ন'হলে আপুনি vim বা আন Text Editor  যেনে - gEdit, kWrite আদিও ব্যৱহাৰ কৰিব পাৰে। 
  • PDF, dvi আদি  ফাইল চাব পৰা সঁজুলি, যেনে - evince, xPDF ইত্যাদি।

tex ফাইলটোত কি কি নতুন অংশ যোগ কৰিব?
\usepackage{fontspec}

\font\as="FreeSerif:script=beng" at 12pt
\font\ast="FreeSerif:script=beng" at 14pt
\font\asbb="FreeSerif:script=beng" at 20pt
মন কৰিব \documentclass{article}  লাইনটোৰ ঠিক পিছতে \usepackage{fontspec}  লিখিব লাগিব।  এতিয়া tex ফাইলটো run কৰিবৰ বাবে Command prompt ৰ পৰা তলৰ command টো লিখক-
xelatex filename.tex


তলৰ কোডখিনি copy-past কৰি চাব পাৰে -

\documentclass{article}
\usepackage{fontspec}
\usepackage{cite,amsmath,multirow,array,fixltx2e}
\usepackage{mdwmath,mdwtab}
\usepackage{stfloats}
\usepackage[caption=false,font=footnotesize]{subfig}

\font\ast="FreeSerif:script=beng" at 14pt
\font\as="FreeSerif:script=beng" at 12pt
\font\asbb="FreeSerif:script=beng" at 20pt

\date{}
\begin{document}
\title{\TeX {\asbb   ব্যৱহাৰ কৰি কেনেকৈ অসমীয়াত প্ৰৱন্ধ লিখিব পাৰি}}
\author{\asbb নৱনাথ চহৰীয়া}


\maketitle
\section*{\TeX {\ast কি?}}
\TeX{} {\as হৈছে টাইপছেটিং ছফ্টৱেৰ। ডোনাল্ড নুথে\footnote{\as ডোনাল্ড নুথ(Donald Knuth)ৰ জন্ম হয় ১০ জানুৱাৰী ১৯৩৮,  ৱিছকনচিনত(Wisconsin)। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত(Professor Emeritus) অধ্যাপক নুথে ২০১০ চনত TUG(TeX ব্যৱহাকাৰী সংঘ, TeX User Group) কনফাৰেঞ্চত তেওঁ নতুন XML Tex সংস্কৰণ iTex ৰ কথা ঘোষণা কৰে।} কম্পিউটাৰ বিজ্ঞানৰ চাৰিখন কালজয়ী কিতাপ\footnote{\as দ্যা আৰ্ট অৱ কম্পিউটাৰ প্ৰগ্ৰেমিং, খণ্ড ১,২,৩,৪} লিখিবৰ বাবে এই কম্পিউটাৰ টাইপছেটিং ছফ্টৱেৰটো সাজি উলিয়াইছিল ১৯৭৮চনত। TeX শব্দটো তেওঁলোকে উচ্ছাৰণ কৰে 'টেক' হিচাবে (Techical শব্দটো উচ্ছাৰণ কৰা ধৰণে)। Metafont আৰু Typefaceৰ সহায় লৈ তৈয়াৰ কৰা এই ছফ্টৱেৰটোৰ প্ৰধান উদ্দেশ্য আছিল কম কষ্টত ধুনীয়া কিতাপ লিখা। TeXৰ উত্তৰসূৰী হিচাবে LaTeX, XeTeX, TeTeX, LuaTex ইত্যাদি বহুতো ছফ্টৱেৰ তৈয়াৰ হয়। এই আটাইবোৰ TeXৰ উত্তৰসূৰী বা TeX কৰমুক্ত ছফ্টৱেৰ। এই প্ৰৱন্ধটোত XeTeX (উচ্ছাৰণ 'জিটেক') ব্যৱহাৰ কৰি কেনেকৈ অসমীয়া লিখিব পাৰি তাৰ আলোচনা কৰিম।   
}
\section*{XeTeX {\ast ব্যৱহাৰ কৰিবৰ বাবে কি কি Package লাগিব?}}
%\subsection*{\as Windows ব্যৱহাৰকাৰীৰ বাবে}
%\begin{itemize}
%\item MikeTex
%\item {\as TeX সম্পাদনা কৰিব পৰা সজুলি, যেনে - }TexniXcenter {\as (ঐচ্ছিক)। একো ন'হলে আপুনি notepad বা আন Text Editor  যেনে - notepad++, editpad আদিও ব্যৱহাৰ কৰিব পাৰে।}
%\item PDF {\as ফাইল চাব পৰা যিকোনো সঁজুলি}
%\end{itemize}
\subsection*{\ast Linux ব্যৱহাৰকাৰীৰ বাবে}
\begin{itemize}
\item Xelatex Package
\item {\as TeX সম্পাদনা কৰিব পৰা সজুলি, যেনে - }LyX {\as (ঐচ্ছিক)। একো ন'হলে আপুনি vim বা আন Text Editor  যেনে - gEdit, kWrite আদিও ব্যৱহাৰ কৰিব পাৰে।}
\item PDF {\as ফাইল চাব পৰা যিকোনো সঁজুলি, যেনে - evince, xPDF}
\end{itemize}
\section*{\ast tex ফাইলটোত কি কি নতুন অংশ যোগ কৰিব?}
\begin{verbatim}
\usepackage{fontspec}
\font\ast="FreeSerif:script=beng" at 14pt
\font\as="FreeSerif:script=beng" at 12pt
\font\asbb="FreeSerif:script=beng" at 20pt
\end{verbatim}
{\as মন কৰিব}
\begin{verbatim} \documentclass{article} \end{verbatim}{\as লাইনটোৰ ঠিক পিছতে} \begin{verbatim} \usepackage{fontspec}\end{verbatim} {\as লিখিব লাগিব।}
\section *{\ast কেনেকৈ Run কৰিব}
{\bf xelatex} {\em filename}.tex

\end{document}





OutPut

Comments

  1. উইণ্ডজ ছেভেন ব্যৱহাৰকাৰীয়ে কিদৰে কৰিব পাৰিব।

    ReplyDelete
    Replies
    1. অভিজিত, আাপুনি ৱিণ্ডজ সাতৰ কাৰণে mikeTex বৰ্তমান সংস্কৰণ ২.৯ (http://miktex.org/download) চষ্টৱেৰটো ব্যৱহাৰ কৰিব পাৰে।mikeTexৰ লগতেই XeTex-ও থাকে। সেয়েহে Install কৰাৰ সময়ত আপুনি Xetex চিহ্ণিত কৰিবলৈ নাপাহৰিব।টাইপিংৰ সুবিধাৰ কাৰণে TexWork নতুবা TeXniccenter (http://www.texniccenter.org/) ব্যৱহাৰ কৰিব পাৰে। pdf ফাইল চাবৰ বাবে সাধাৰণতে ৱিণ্ডজ সাতৰ Adobe pdf reader থাকে, গতিকে অসমবিধা নহয়।

      Delete
  2. ডাঙৰীয়া মই ফটোচপত অসমীয়া টাইপ কৰিব পৰা নাই । অসমীয়া ASCII Font আছে যদি জনাব চোন ।

    ReplyDelete
  3. Dear Chohoreeya, I could not properly write Assamese font even in this page although I have installed Assamese support in Mozilla. I tried to use your code in my system (Ubuntu 14.04, TexLive and XeTex installed from ubuntu repository). But the pdf output I got showed all the "Yuktakkhor" "as typed". That is, "consonent, then hasanta below it and the next consonant" and so on. Note that I can write Assamese in Libre Office in my system using fonts such as Solaiman Lipi, properly. I use I-bus m17n phonetic key board. Kindly advice. Usually I use BangTex but typing speed decreases much. It would be nice if I can have a work around with XeTex.

    Regards

    ReplyDelete

Post a Comment

Popular posts from this blog

Word Formation Process of Assamese

Word formation is the process of creating new words. In other words the ways in which new words are made on the basis of other words or morphemes. Most English vocabulary arises by making new lexemes out of old ones--either by adding an affix to previously existing forms, altering their word class, or combining them to produce compounds. These processes of construction are of interest to grammarians [1]. In this report I will try to write something on “Word formation of Assamese (Asomiya)”. The word Assamese is an English one, built on the same principle like Japanese, Chinese etc. The history and philology of the Assamese language was scientifically studied and presented for the first time by Dr. Banikanta Kakati[2]. The first Assamese grammar, “A Grammar of the Assamese Language” by William Robinson was published in 1839. In 1848, Nathan Brown published an Assamese Grammar, and in 1894, Prof. Nicholl published his “Sketch of Assamese Grammar”. After the work of Dr. Banikant Kakati, a

Assamse Loan words : অসমীয়া ধাৰ কৰা শব্দ

Loanwords are words adopted by the speakers of one language ( target language ) from a different language (the source language ). A loanword can also be called a borrowing words . It is a consequence of sociocultural contact between two language communities. Borrowing of words can go in both directions between the two languages in contact, but often there is an asymmetry, such that more words go from one side to the other. In this case the source language community has some advantage of power, prestige and/or wealth that makes the objects and ideas it brings desirable and useful to the borrowing language community. The following are some example of Assamese loan words and source language. TRANSLATED LOAN WORD বাতৰি কাকত bat ɔri kakɔt (news paper) স্বৰ্ণ যুগ sɔbərnɔ zug (golden era) ৰূপালী জয়ন্তী rupali zɔjənti (silver jubilee) কন্দুৱা গেছ kɔndua ges (tear gas) দূৰদৰ্শন durdɔrχɔn (television) MARATHI WORDS তাঙৰণ taŋɔrɔn (edition) বৰঙণি bɔr

Assamese Stop-word list

যিবোৰ শব্দই natural language processing ত সহায় নকৰে, তেনেকুৱা শব্দৰ এখন তালিকা তলত দিয়া হল। যিসকলে Information Extraction, Text Summarization, Search Engine Optimization আদি ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ বাবে তালিকা খন সহায়ক হব বুলি অাশা কৰিলো। Stop word ৰ বিষয়ে অধিক জানিবৰ বাবে - http://en.wikipedia.org/wiki/Stop_words অতএব অথচ অথবা অধঃ অন্ততঃ অৰ্থাৎ অৰ্থে আও আঃ আচ্ছা আপাততঃ আয়ৈ আৰু আস্‌ আহা আহাহা ইতস্ততঃ ইতি ইত্যাদি ইস্ ইহ উঃ উৱা উস্‌ এতেকে এথোন ঐ ওঁ ওৰফে ঔচ্‌ কি কিম্বা কিন্তু কিয়নো কেলেই কাচিত্‍ চোন ছাৰি ছিকৌ ছেই ঠাহ্ ঢুত্‍ ঢেঁট্‌ তত ততক ততেক তেতেক ততেক তত্ৰাচ তথা তথৈবচ তাতে তেও তো তৌৱা দেই দেহি দ্বাৰা ধৰি ধিক্ নচেত্‍ নতুবা নি নো নৌ পৰা পৰ্যন্ত পশ্চাত্‍ বৰঞ্চ বহিঃ বাবে বাৰু বাহ্‌ বাহিৰে বিনে বে মতে যথা যদি যদ্যপি যে যেনিবা যেনে যোগে লৈ সত্ত্বে সমন্ধি সম্প্ৰতি সহ সু সেইদেখি সৈতে স্বতঃ হঞে হতুৱা হন্তে হবলা হয় হা হুঁ হুই হে হেই হেঃ হেতুকে হেনে হেনো হেৰ হেৰি হৈ হোঁ ইঃ