অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান
"শব্দ" (www.xobdo.org)
উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহৰ একমাত্ৰ সতাঁৰ অভিধান। "শব্দ"ৰ পৰা তথ্য লৈ এই
"অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান" খন সজোৱা হৈছে। "ৰাইজ"
এই অভিধানখনৰ মূল চালিকাশক্তি। আজিৰ তাৰিখলৈ (৫-চেপ্তেম্বৰ-২০১২) এইখনেই একমাত্ৰ নিঃশুল্ক অসমীয়া-ইংৰাজী দ্বিভাষিক অভিধান।
ডাউনলোড (Download) বিছিন্নতাঁৰ শব্দ অভিধান
কেনেকৈ সংস্থাপন কৰিব আপোনাৰ কম্পিউটাৰত-
১. প্ৰথমতে "Lohit Assamese" নামৰ ফন্টটো আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড "Lohit Assamese" ফন্ট]
২. এই লিংকত থকা ফাইলটো ডাউনলোড কৰক আৰু আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড]
৩. এতিয়া এই ফাইলটোত একেৰাহে দুবাৰ ক্লিক কৰক আৰু পৰ্দাত অহা বিধানবোৰ অনুসৰণ কৰক।
২. এই লিংকত থকা ফাইলটো ডাউনলোড কৰক আৰু আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড]
৩. এতিয়া এই ফাইলটোত একেৰাহে দুবাৰ ক্লিক কৰক আৰু পৰ্দাত অহা বিধানবোৰ অনুসৰণ কৰক।
বিছিন্নতাঁৰ শব্দ অভিধানৰ সুবিধাসমূহ
১. ইংৰাজী বা অসমীয়া দুয়োটা ভাষাতেই শব্দৰ অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।
২. আগৰ বা পিছৰ শব্দটো পুনৰ চাব পৰা ব্যৱস্থা।
৩. সমাৰ্থক শব্দত (Synonym) ক্লিক কৰি অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।
২. আগৰ বা পিছৰ শব্দটো পুনৰ চাব পৰা ব্যৱস্থা।
৩. সমাৰ্থক শব্দত (Synonym) ক্লিক কৰি অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।
শব্দৰ এই প্ৰয়াহ সঁচাকৈয়ে বৰ উপযুক্ত হৈছে।
ReplyDelete