Skip to main content

Bilingual Offline xobdo dictionary (Assamese-English)


অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান


"শব্দ" (www.xobdo.org) উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহৰ একমাত্ৰ সতাঁৰ অভিধান। "শব্দ"ৰ পৰা তথ্য লৈ এই "অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান" খন সজোৱা হৈছে। "ৰাইজ" এই অভিধানখনৰ মূল চালিকাশক্তি। আজিৰ তাৰিখলৈ (৫-চেপ্তেম্বৰ-২০১২) এইখনেই একমাত্ৰ নিঃশুল্ক অসমীয়া-ইংৰাজী দ্বিভাষিক অভিধান। 


ডাউনলোড (Download) বিছিন্নতাঁৰ শব্দ অভিধান


কেনেকৈ সংস্থাপন কৰিব আপোনাৰ কম্পিউটাৰত-
১. প্ৰথমতে "Lohit Assamese" নামৰ ফন্টটো আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড "Lohit Assamese" ফন্ট]
২. এই লিংকত থকা ফাইলটো ডাউনলোড কৰক আৰু আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ডাউনলোড]
৩. এতিয়া এই ফাইলটোত একেৰাহে দুবাৰ ক্লিক কৰক আৰু পৰ্দাত অহা বিধানবোৰ অনুসৰণ কৰক।

বিছিন্নতাঁৰ শব্দ অভিধানৰ সুবিধাসমূহ

১. ইংৰাজী বা অসমীয়া দুয়োটা ভাষাতেই শব্দৰ অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।
২. আগৰ বা পিছৰ শব্দটো পুনৰ চাব পৰা ব্যৱস্থা।
৩. সমাৰ্থক শব্দত (Synonym) ক্লিক কৰি অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।






Comments

  1. শব্দৰ এই প্ৰয়াহ সঁচাকৈয়ে বৰ উপযুক্ত হৈছে।

    ReplyDelete

Post a Comment

Popular posts from this blog

Assamse Loan words : অসমীয়া ধাৰ কৰা শব্দ

Loanwords are words adopted by the speakers of one language ( target language ) from a different language (the source language ). A loanword can also be called a borrowing words . It is a consequence of sociocultural contact between two language communities. Borrowing of words can go in both directions between the two languages in contact, but often there is an asymmetry, such that more words go from one side to the other. In this case the source language community has some advantage of power, prestige and/or wealth that makes the objects and ideas it brings desirable and useful to the borrowing language community. The following are some example of Assamese loan words and source language. TRANSLATED LOAN WORD বাতৰি কাকত bat ɔri kakɔt (news paper) স্বৰ্ণ যুগ sɔbərnɔ zug (golden era) ৰূপালী জয়ন্তী rupali zɔjənti (silver jubilee) কন্দুৱা গেছ kɔndua ges (tear gas) দূৰদৰ্শন durdɔrχɔn (television) MARATHI WORDS তাঙৰণ taŋɔrɔn (edition) বৰঙণি bɔr...

অসমীয়া সমন্ধবাচক শব্দৰ তালিকা

আইচুদেউ আইতা আইদেউ আই আপাদেউ আমৈ এনাইদেউ ককাইদেউ ককা খুলশালী খুৰাদেউ খুৰীদেউ ঘৈণী জা জীয়ৰী জী জেঠাইদেউ জেঠা জেঠুদেউ জেঠু জেঠেৰী জে - শাহু জোঁৱাই তাৱৈ দদাইদেউ দাদা দেউতা দেওৰ ননদ নবৌ নাতিনী নাতি নিচাদেউ পিতাদেউ পিতৃ পুঠাদেউ পেহাদেউ পেহীদেউ পৈ পতি পত্নী বন্ধু বাইচাদেউ বাইদেউ বান্ধৱী বিয়নী বিয়ৈ বৈনাই বোপাই বোৱাৰী বৌদেউ ভগিনী ভগ্নী ভতিজা ভনী ভাই ভাই - পো ভাই - বোৱাৰী ভাই - শহুৰ ভাগিনী ভাগিন ভাগী মহাদেউ মহা মাতৃ মামা মামীদেউ মামী মাহীদেউ মাহীমা মা মিতিনী মোমাইদেউ শহুৰ শালপতি শাহু সখা সখীয়নী সখী সতিনী স্বামী

মিত্ৰাক্ষৰ ছন্দৰ কবিতা

বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ। বৈ আছে অহৰহ     কুলুকুলু সুৰ।। হৰিনাম ৰসে        আলোকময় প্ৰকাশে। গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।। তোৰ লহৰত        সোন ফুলে পথাৰত। অসমীয়ে ৰচে        সপোন সুখৰ।। ক’ত কাহিনী        সমিল-মিলৰ। বিজড়িত তোৰ         বিশাল বুকুত।। সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি। অনন্ত কালৰ         সজল চকুত।।  *************** তোৰ লহৰত             অসমৰ চহৰত         নিনাদিত হয় ঐক্যতান। জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি         গায় সমন্বয়ৰ...